জিলা আৰক্ষী অধীক্ষক মহোদয়, নগাওঁ।
নগাওঁ, অসম ।
তাৰিখ :
বিষয় : CSC ৰ বাবে পুলিচ ভেটিফিকেচন বিচাৰি আবেদন ।
মহোদয়,
বিনিত সন্মান সহকাৰে আপোনাক জনাওঁ যে, মই......
, মোৰ এটা ডিজিটেল সেৱা কেন্দ্ৰ (CSC) আছে, যত ভাৰত চৰকাৰৰ বিভিন্ন আঁচনি ডিজিটেল মাধ্যমৰ জৰিয়তে জনসাধাৰণ ৰ কাম কৰোঁ ।
বৰ্তমান মোক CSC ৰ বিভিন্ন কাম সুচাৰু ৰূপে কৰিবলৈ পুলিচ ভেৰিফিকেচন পত্ৰৰ জৰুৰী ভাবে প্ৰয়োজনীয় হৈছে ।
গতিকে মহোদয়ে মোক পুলিচ ভেৰিফিকেচনৰ চাৰ্টিফিকেতৰ কাম কৃপা কৰি দিয়ে যেন ।
এয়ে মোৰ মহোদয়ৰ ওচৰত সৰল প্ৰাৰ্থনা ।
ইতি,
নাম :
পিতা -
ঠিকনা :-
ডাক ঘৰ :
থানা :
জিলা :
ফোন :
এইখন application লিখি diok আৰু লগতে আধাৰ ভোটাৰ id aru passport photo di SP office জমা diok। লগতে CSC vle id card aru certificate dibo lagibo
0 Comments
Post a Comment